হঃঈছা(আঃ)ৰ জন্মতত্ত্ব -PARTHENOGENESIS”

Title- হঃঈছা(আঃ)ৰ জন্মতত্ত্ব

হঃঈছা(আঃ)ৰ জন্মতত্ত্ব আৰু জৈৱ-বিজ্ঞানৰ আৱিষ্কাৰ “পার্থেনোজিনিচিচ্-PARTHENOGENESIS”-:-

Parthenogenesis is a form of asexual reproduction found in females, where growth and development of embryos occur without fertilization by a male. In plants, parthenogenesis means development of an embryo from an unfertilized egg cell, and is a component process of apomixis.

The asexual, all-female whiptail speciesCnemidophorus neomexicanus (center), which reproduces via parthenogenesis, is shown flanked by two sexual species having males, C. inornatus (left) andC. tigris (right), which hybridized naturally to form the C. neomexicanus species.

       খৃষ্ট ধর্মৰ ‘গড’ হৈছে যীশুখৃষ্ট। ইছলামত যীশুখৃষ্টই হৈছে হঃঈছা(আঃ)। এখেতৰ(আঃ) সময়ত ইঞ্জিল বা বাইবেল অৱতৰণ হৈছিল।হঃমহম্মদ(দঃ)আৰু হঃঈছা(আঃ)ৰ আবির্ভাৱৰ মাজত প্রায় পাচঁশ বছৰৰ ব্যৱধান। হঃঈছা(আঃ)আছিল প্রিয়নবী হঃমহম্মদ(দঃ)ৰ আসন্ন আবির্ভাৱৰ বার্তাবাহক আৰু বিঘোষক ।

 হঃঈছা(আঃ)ৰ মাক আছিল হঃমৰিয়ম(আঃ);কিন্তূ তেওঁৰ পিতা নাছিল।অর্থাত পিতৃ নোহোৱাকৈ হঃমৰিয়ম(আঃ)ৰ গর্ভত হঃঈছা(আঃ)ৰ জন্ম হৈছল।

 পৱিত্র কোৰআন শ্বৰীফৰ চুৰা মৰিৰ্য়মত[19:16-19]আছেঃ-

[19:16] Mention in the scripture Mary. She isolated herself from her family, into an eastern location.

 [19:17] While a barrier separated her from them, we sent to her our Spirit. He went to her in the form of a human being.

 [19:18] She said, “I seek refuge in the Most Gracious, that you may be righteous.”

 [19:19] He said, “I am the messenger of your Lord, to grant you a pure son.”

 [19:20] She said, “How can I have a son, when no man has touched me; I have never been unchaste.”

 [19:21] He said, “Thus said your Lord, `It is easy for Me. We will render him a sign for the people, and mercy from us. This is a predestined matter.’ “

           উক্ত আয়াত আৰু ব্যাখ্যাৰ পৰা ই স্পষ্ট যে হঃঈছা(আঃ)এ মাক  হঃমৰিয়ম(আঃ)ৰ গর্ভত বিনা পিতৃৰ ঔৰষত জন্ম লাভ কৰিছিল।ই হৈছে

পৱিত্র কোৰআন শ্বৰীফৰ স্পষ্টিকৰণ যাক আজি আধুনিক জৈৱ গৱেষণাৰ প্রযুক্তি বিজ্ঞানে মানি লবলৈ বাধ্য হৈছে।

জৈৱ-প্রযুক্তি বিজ্ঞানৰ গৱেষণাৰ ফলঃ- আজিৰ জৈৱ বিজ্ঞানীৰ মত হৈছে যে,যৌন মিলন নোহোৱাকৈ কোনো নাৰী মাতৃ হ’ব পাৰে।এয়া এক প্রাকৃতিক ঘটনা।অৱশ্যে এনে ঘটনা অতি বিৰল । জীৱ  বিজ্ঞান  শাস্ত্রত  ইয়াক “পার্থেনোজিনিচিচ্-PARTHENOGENESIS” নামেৰে জনা যায়।কিছুমান উদ্ভিদ,

কীট-পতঙ্গ আৰু তলখাপৰ সৰিস্বৃপ প্রাণীৰ ক্ষেত্রত ই এক স্বাভাৱিক জীৱন প্রণালী।কেইবছৰ মান আগতে প্রকাশ পোৱা NATURAL  GENETICS নামৰ

বিজ্ঞান আলোচনী খনত বিজ্ঞানী ডেভিদ বনথ্রনে “পার্থেনোজিনিচিচ্”ৰ এটা শিশুৰ বিৱৰণ দাঙি ধৰি তাক FD নাম দিছে। তেওঁ এটা FD ল’ৰা শিশুৰ

শ্বেত ৰক্ত কণিকা বিশ্লেষণ কৰিলে।যিহেতু ল’ৰা হ’লে শিশুটিৰ ৰক্ত কোষত Yক্রমোজোম থাকিব লাগে,কিয়নো Yক্রমোজোমত পুংলিংগ বাহক জিন্ থাকে।কিন্তূ আচৰিত কথা এই FD ল’ৰা শিশুৰ ৰক্ত কোষত দুবিধ X ক্রমোজোমহে পোৱা গ’ল । যিয়ে নেকি স্ত্রী লিংগ বাহক জিনৰহে স্বাক্ষৰ বহন কৰে।আচৰিত হৈ বিজ্ঞানী ডেভিদ বনথ্রনে Yক্রমোজোম পাবলৈ অতি নগন্য(minute)স্পর্শকাতৰ DNA প্রযুক্তি ব্যৱহাৰ কৰিলে।তেতিয়াওঁ তেওঁ FDৰ ৰক্ত কোষত Yক্রমোজোমৰ পদার্থ সমূহ ধৰা পেলাবলৈ সক্ষম নহ’ল ।

         গৱেষক সকলে শিশুটিৰ ৰক্ত আৰু ছালৰ কোষত থকা X ক্রমোজোমৰ আৱহ(containing,producinge) DNA শৃংখলাটো পৰীক্ষা কৰি চালে,দেখা গ’ল যে,কোষধিলাকত থকা X ক্রমোজোমবোৰ ইটোৰ লগত সিটো একেবাৰে হুবহু মিলে আৰু সেই সকলোবোৰেই মাতৃ দিশৰ পৰা অহা।সেই ধৰণে অন্যান্য ২২টা ক্রমোজোমজুটিৰ সকলো এইদৰে দেখাত একেবাৰে একে আৰু মাতৃ দিশৰ পৰাই অহা।

         গৱেষক সকলে এন্দুৰ,নিগণি আদি নিম্নখাপৰ স্তন্যপায়ী জন্তুৰ ওপৰত গৱেষণা কৰি প্রমাণ কৰিছে যে এটা অনিষেচিত(unfertilization)

ডিম্বকোষৰ পৰাই FD ৰ বৃদ্ধি হয় আৰু তাৰ পাছত সেই কোষত বিভাজন ঘটিবলৈ ধৰে।তাৰ পিছত কোনো এক নির্দ্দিষ্ট সময়ত এটা শুক্রকীটে বিভাজিত হোৱা কোষবিলাকৰ কোনো এটা কোষ নিষেচিত(fertilization)

কৰে।তাৰ পিছত বিভিন্ন কোষৰ এই মিশ্রনটোৱেই অৱশেষত স্বাভাৱিক ধৰণে বৃদ্ধি হৈ পূর্ণ প্রাপ্তি লাভ কৰে।

গৱেষকসকলে প্রমাণ কৰিছে যে “পার্থেনোজিনিচতিক-PARTHENOGENETIC”

কোষৰ বৃদ্ধি স্বাভাৱিক কোষৰ বৃদ্ধিতকৈ মন্থৰ হয়;কিন্তূ উভয়েই অৱশ্যে একেবিধ কলাতে পৰস্পৰ সহাৱস্থান কৰি থাকিব পাৰে।শৰীৰৰ যিকোনো এবিধ কলাত পার্থেনোজিনিচতিক কলাৰ পৰিমাণ ভিন ভিন হ’ব পাৰে।

 Humans:-

OnJune 26, 2007, International Stem Cell Corporation (ISCC), a California-based stem cell research company, announced that their lead scientist, Dr. Elena Revazova, and her research team were the first to intentionally create human stem cells from unfertilized human eggs using parthenogenesis. The process may offer a way for creating stem cells that are genetically matched to a particular woman for the treatment of degenerative diseases that might affect her. In December 2007, Dr. Revazova and ISCC published an articleillustrating a breakthrough in the use of parthenogenesis to produce human stem cells that are homozygous in the HLA region of DNA. These stem cells are called HLA homozygous parthenogenetic human stem cells (hpSC-Hhom) and have unique characteristics that would allow derivatives of these cells to be implanted into millions of people without immune rejection.With proper selection of oocyte donors according to HLA haplotype, it is possible to generate a bank of cell lines whose tissue derivatives, collectively, could be MHC-matched with a significant number of individuals within the human population.

OnAugust 2, 2007, after much independent investigation, it was revealed that discredited South Korean scientist Hwang Woo-Suk unknowingly produced the first human embryos resulting from parthenogenesis. Initially, Hwang claimed he and his team had extracted stem cells from cloned human embryos, a result later found to be fabricated. Further examination of the chromosomes of these cells show indicators of parthenogenesis in those extracted stem cells, similar to those found in the mice created byTokyoscientists in 2004. Although Hwang deceived the world about being the first to create artificially cloned human embryos, he did contribute a major breakthrough to stem cell research by creating human embryos using parthenogenesis. Although the truth about the results of Hwang’s work was just discovered, those embryos were created by him and his team before February 2004, making Hwang the first, unknowingly, to perform the process of parthenogenesis to create a human embryo and ultimately a human parthenogenetic stem cell line successfully.

Induction of parthenogenesis in swine. Parthenogenetic development of swine oocytes. High metaphase promoting factor (MPF) activity causes mammalian oocytes to arrest at the metaphase II stage until fertilization by a sperm. The fertilization event causes intracellular calcium oscillations, and targeted degradation of cyclin B, a regulatory subunit of MPF, thus permitting the MII-arrested oocyte to proceed through meiosis. To initiate parthenogenesis of swine oocytes, various methods exist to induce an artificial activation that mimics sperm entry, such as calcium ionophore treatment, microinjection of calcium ions, or electrical stimulation. Treatment with cycloheximide, a non-specific protein synthesis inhibitor, enhances parthenote development in swine presumably by continual inhibition of MPF/cyclin B. As meiosis proceeds, extrusion of the second polar is blocked by exposure to cytochalasin B. This treatment results in a diploid (2 maternal genomes) parthenote. Parthenotes can be surgically transferred to a recipient oviduct for further development, but will succumb by developmental failure after ~30 days of gestation. The swine parthenote placentae often appears hypo-vascular and is approximately 50% smaller than biparental offspring placentae: see free image (Figure 1) in linked reference.

[N.B:-মানুহৰ জন্ম প্রক্রিয়াৰ ওপৰত এটা ডাঙৰ প্রশ্ন(?)

    স্থানঃ-মাছখোৱা ঈদগাহ, তাং-২৬-১১-২০০৩, দিনঃ-ঈদ উল্ ফিটিৰ, সময়ঃ-নামাজৰ আগত।

    প্রতি ঈদৰ সময়ত পোৱাৰ দৰে এইবাৰো এলি আহমেদ বাইদেউৰ দ্বাৰা সম্পাদিত “ঈদ মোবাৰক”খন পালো।ঈদগাহৰ সকলোকে বিনামূল্যে বিতৰণ কৰিছে।কিন্তু এইবাৰ লিফলেট্ আকাৰত।

    তাত এটা সৰু প্রৱন্ধ প্রকাশ পাইছে।নামঃ- মানুহৰ জন্ম প্রক্রিয়া,লেখকঃ-হুছেইন আহমদ নুৰী,মাৰে ষ্টেট ইউনিভার্চিটি,আমেৰিকা।

প্রৱন্ধটোৰ সাৰাংশঃ-১। আমি পিতৃ অবিহনে জন্ম লোৱা নাই। পিতৃ অবিহনে জন্ম লোৱাৰ কথা কোৰআন শ্বৰীফৰ ক’তো উল্লেখ নাই। মানুহৰ জন্ম প্রক্রিয়াত ডিম্বানু আৰু শুক্রকীটৰ মিলনত সৃষ্টি হোৱা ভ্রূণৰ কথা কবলৈগৈ কোৰআন শ্বৰীফৰ আয়াতঃ-৯৬ৰঃ১-২, ৩২ৰঃ৭-৮, ৭৫ৰঃ৩৭, ৭৭ৰঃ২০,৮৬ৰঃ৫-৭, ৭ৰঃ১৮৯, আৰু ৪ৰঃ১, ১৬ৰঃ৭২, ২২ৰঃ৫,২৩ৰঃ১৪, ৪০ৰঃ৬৭, ৪২ৰঃ১১, ৪৯ৰঃ১৩, ৫৩ৰঃ৩২, ৪৫ৰঃ৪৬, ৫৬ৰঃ৫৮, ৭৬ৰঃ২উল্লেখ কৰিছে।

        ইয়াৰ উপৰিও জোৰায় জোৰায় সৃষ্টি পৰা বংশবিস্তাৰত কোৰআন শ্বৰীফৰ বিভিন্ন আয়াতৰ কথা উল্লেখ কৰিছে।

    ২।আল্লাহৰ বিধানত কোনো ব্যতিক্রম নাইঃ-বিবি মৰিয়মে আপোন জোৰা ব্যতীত যদি হযৰত ইছা(আঃ)ৰ জন্ম দিলেহেতেন তেনেহলে পূর্বে উল্লেখিত গোটেই কেইটা আয়াতৰ মাজত বিৰাট খুঁত ৰৈ গৈছে বুলি ক’ব লাগিব। কিন্তু আল্লাহৰ বিধানত কোনো ব্যতিক্রম নাই-আয়াত ৩৫ৰঃ৪৩, ৬৭ৰঃ৩-৪ ।

   ৩।ঈছা[আঃ]ৰ পৰিচয় কোৰআনত শ্বৰীফত “ঈছা ইবনে মৰয়ম”অর্থাৎ মৰয়মৰ-পুত্র ঈছাৰূপে।সেইবুলি তেখেতৰ পিতা থাকিব নোৱাৰে নেকি?মুছা[আঃ] ৰ মাকৰ নাম উল্লেখ আছে বাপেকৰ নাই।হজৰত মহম্মদ[দঃ]ৰ মাক-বাপেকৰ নাম উল্লেখ কোৰআনত শ্বৰীফত নাই।সেইবুলি এওঁলোকৰ পিতৃ নাছিল নে? ]

Compiled,Edited&Writing by:Syed Jiaul Hussain,Guwahati,Assam

মন্তব্য দিয়ক